Posted inদেশ-বিদেশ

মোডীৰ কাশ্মীৰ ভ্ৰমণৰ পূৰ্বে জম্মুত সেনা চাউনীৰ সমীপত উগ্ৰপন্থীৰ আক্ৰমণ, নিহত দুজন উগ্ৰপন্থীসহ এজন নিৰাপত্তাৰক্ষী

নিউজ ডেস্কঃ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী জম্মু-কাশ্মীৰত উপস্থিত হ’ব। মোডীৰ ভ্ৰমণৰ পূৰ্বে জম্মুৰ সেনা শিবিৰৰ সমীপত উগ্ৰপন্থীৰ আক্ৰমণ। নিৰাপত্তাৰক্ষী-উগ্ৰপন্থীৰ সংঘৰ্ষত নিহত দুজন উগ্ৰপন্থীসহ এজন চিআইএছএফ জোৱান, আহত হয় চাৰিজন জোৱান। সেনাৰ তথ্য অনুসৰি উগ্ৰপন্থীয়ে জম্মুত ভয়ংকৰ কূটাঘাট সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছিল। চুনজবা অঞ্চলত দুজন উগ্ৰপন্থী লুকাই থকাৰ তথ্য লাভ কৰি চুনজবা এলেকাত অভিযান চলায়। […]