Posted inঅসম

নাগৰিকত্ব ভিত্তি বৰ্ষৰ সন্দৰ্ভত উচ্চতম ন্যায়ালত শুনানি গ্ৰহণ

নিউজ ডেস্কঃ অসমৰ নাগৰিকত্ব প্ৰদনাৰ ভিত্তি বৰ্ষ সম্পৰ্কে আজি উচ্চতম ন্যায়ালত শুনানি গ্পহণ কৰা হ’ব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ পি এছ নৰসিমহা, হীমা কোহলী, মুকেশ ৰাচিকভাই শ্বাহ আৰু কৃষ্ণ মূৰাৰীৰ এই পাচঁজনীয়া বিচাৰীপীঠে গ্ৰহণ কৰিব শুনানি। নাগৰিকত্ব ভিত্তি বৰ্ষৰ সন্দৰ্ভত অসম সন্মিলিত মহাসংঘই ভিত্তিবৰ্ষ ১৯৭১ চনটো প্ৰত্যাহ্বান জনাই ১৯৫১ চন হ’ব লাগে […]