Posted inৰাজনীতি

শিৱসাগৰত ভুৱা শিক্ষাগত প্ৰমাণপত্ৰ দাখিলেৰে পৌৰ নিৰ্বাচন অংশ লৈছে তিনি মহিলা প্ৰাৰ্থীয়ে

শিৱসাগৰৰ পৰা আমিনুৰ ৰহমান: শিৱসাগৰ নগৰৰ আগন্তুক পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। ১৪ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা কৰা ৩৯ গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে আৰম্ভ নিৰ্বাচনী প্ৰচাৰ।কিন্তু ইয়াৰ মাজতে উঠিছে অভিযোগ আৰু প্ৰতি অভিযোগ। নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱাৰ পাছত কংগ্ৰেছ দলে নিৰ্বাচন দণ্ডাধীশক ১ নং ৱাৰ্ডৰ বিজেপি দলৰ প্ৰাৰ্থী নুৰজাহান বেগমৰ শিক্ষাগত অৰ্হতাৰ […]