নিউজ ডেস্ক: ন্যায়াধীশ উদয় উমেশ ললিত হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ। আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই উমেশ ললিতৰ নাম তেওঁৰ উত্তৰাধীকাৰীৰূপে আনষ্ঠানিকভাৱে অনুমোদন জনাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰে৷ অহা ২৬ আগষ্টত মুখ্য ন্যায়াধীশ ৰামানাই অৱসৰ গ্ৰহণ কৰিব৷ ইয়াৰ পিছদিনা, অৰ্থাৎ ২৭ আগষ্টত ন্যায়াধীশ ললিতে দেশৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ […]