Posted inদেশ-বিদেশ

পৃথিবীলৈ অশনি সংকেত: কানাডাত ঘাতক তাপপ্ৰবাহ

দীপক কুমাৰ দাস : মানৱসৃষ্ট কাৰকৰ বাবেই আজি পৃথিৱী অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে। মানৱ জাতি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গোলকীয় উষ্ণতা বৃদ্ধি পাইছে আৰু জলবায়ু পৰিবৰ্তনৰ কৱলত পৰিছে পৃথিৱী।ধাৰণাতকৈ অধিক বৃদ্ধি পাইছে গোলকীয় উষ্ণতা। বিশ্বৰ প্ৰান্তে প্ৰান্তে তাপমাত্ৰাই অভিলেখ গঢ়ি আছে।তেনেদৰে শীতৰ প্ৰকোপ বাঢ়িছে।কানাডাত তাপমাত্ৰাই সকলো অভিলেখ ভংগ কৰিছে। জুনৰ শেহতীয়াকৈ আৰু জুলাইৰ প্ৰাৰম্ভতে ৪৯.৬ডিগ্ৰী চেলচিয়াছ […]