Posted inঅসম

অনলাইন যোগে বুক কৰিব পাৰিব ফেৰীৰ টিকট

নিউজ ডেস্কঃ এতিয়াৰ পৰা এপৰ জৰিয়তে ফেৰীৰ টিকট বুকিং কৰিব পাৰিব। বাইক বা অন্য সামগ্ৰী কাঢ়িযাই নিয়াৰ সামগ্ৰীৰ মূল্য টিকটত নিৰ্ধাৰণ কৰা থাকিব। Google Pay, ফোন পে অথবা ৱালেটৰ যোগেদিও টিকট বুকিং কৰিব পাৰিব।মাজুলী-যোৰহাটৰ বাবে আনলাইন টিকট সেৱা মুকলি কৰা হৈছে। এটা সপ্তাহ বা ১৫ দিনৰ ভিতৰত গুৱাহাটীত এই অনলাইন সেৱা মুকলি হ’ব। এনেদৰে কয় […]