গুৱাহাটীঃ নেডফিৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি নেডফি ভৱনত নেডফি মাইক্ৰ’ লেণ্ডিং আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াব ১০০ কোটি টকা। ৰাজ্যজুৰি প্ৰায় ২৪ লাখ মহিলাক উপকৃত কৰিবলৈ মাইক্ৰ’ ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিও ৰূপায়ণ কৰা হৈছে। এই আঁচনি ৰাইজৰ মাজত বহুলভাৱে প্ৰচাৰ হ’ব লাগে […]