Posted inঅসম

মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ এদিনৰ দৰমহা প্ৰদানৰ ঘোষণা সদৌ অসম সমবায় বিষয়া সন্থাৰ

গুৱাহাটীঃ কোভিদৰ ভয়াবহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰোগীসকলক বিভিন্ন সেৱাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ সাহায্য প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ব্যাপক সহাৰি অহা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত সদৌ অসম সমবায় বিষয়া সন্থায়ো প্ৰদৰ্শন কৰিছে দায়িত্ববোধৰ পৰিচয়। সেইমৰ্মে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বিষয়াসকলে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। আৰু পঢ়কঃ চৰকাৰী কৰ্মচাৰীয়ে এদিনৰ দৰমহা […]