Posted inঅসম

ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল টংকেশ্বৰ নাথ

নিউজ ডেস্কঃ কিছু চৰকাৰী কৰ্মচাৰী একেবাৰে নিলাজ। যিমানেই মুখ্যমন্ত্ৰীয়ে মানা কৰিছে সিমানেই যেন একাংশ চৰকাৰী কৰ্মচাৰীয়ে বুঢ়া আঙুলিহে দেখুৱাইছে। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এইবাৰ হাজোৰ লাট মণ্ডল। জাপিয়া গাঁৱৰ নাজিম আলী নামৰ লোক এজনৰ পৰা চাৰি হাজাৰ টকা লৈ হাতে লোটে ধৰা পৰিল লাট মণ্ডল টংকেশ্বৰ নাথ। টংকেশ্বৰ নাথৰ বিৰুদ্ধে দীৰ্ঘ সময় ধৰি […]