গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে থকা ২০১৯ৰ লোকসভা নিৰ্বাচনী আচৰণবিধি উলংঘনৰ গোচৰ খাৰিজ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে,২০১৯ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অন্ত পৰাৰ পাছতেই নিৰ্বাচনী বিধি উলংঘন কৰি ব্যক্তিগত টেলিভিশ্বন চেনেল ‘নিউজ লাইভ’ত সাক্ষাৎকাৰ দিছিল তেতিয়াৰ কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ২০১৯ চনৰ […]