জামুগুৰিহাটঃ ৰাজ্যৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে অসম চৰকাৰৰ কেবিনেটে ব্ৰহ্মপুত্ৰৰ উপনৈ সমুহ খনন কাৰ্য চলোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ প্ৰথমটো পদক্ষেপ হিচাপে চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ আজি খনন কাৰ্য চলোৱাৰ কাৰ্যসূচীৰ আজি দিনৰ ১বজাত শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে মুম্বাইৰ আনি জীয়া ভৰলীৰ নদীৰ বুকুত স্থাপন কৰা বৃহৎ […]