Posted inNews

ভাৰতৰ নিবনুৱাৰ হাৰ ১৬ মাহত ৮.৩০%লৈ বৃদ্ধি

চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি(CMIE)য়ে দেওবাৰে এক প্ৰতিবেদন  প্ৰকাশ কৰিছে যে  ২০২২ চনৰ ডিচেম্বৰত ভাৰতৰ নিবনুৱাৰ হাৰ ৮.৩০% লৈ বৃদ্ধি পাইছে। আশ্চৰ্যজনকভাৱে, এই বৃদ্ধি যোৱা 16 মাহত সৰ্বাধিক বুলি নথিভুক্ত কৰা হৈছে। প্ৰতিবেদনত দাবী কৰা অনুসৰি,  নগৰীয়া নিবনুৱাৰ হাৰ নৱেম্বৰ মাহত ৮.৯৬%ৰ পৰা ১০.০৯% লৈ বৃদ্ধি হৈছে। আনহাতে, গ্ৰাম্য নিবনুৱাৰ হাৰ ৭.৫৫%ৰ পৰা ৭.৪৪%লৈ হ্ৰাস […]