অচিৰেই গুৱাহাটী মহানগৰীত উপলব্ধ হ’ব CNG যাত্ৰীবাহী বাছ সেৱা Guwahati: মহানগৰবাসীৰ বাবে সুখৱৰ। অচিৰেই গুৱাহাটী মহানগৰীত উপলব্ধ হ’ব CNG যাত্ৰীবাহী বাছ সেৱা। পেট্ৰ’ল-ডিজেল অবিহনে মহানগৰীত চলিব CNG বাছ। অৰ্থাৎ গেছৰ সহায়ত চলিব এই CNG বাছসমূহ। অত্যাধুনিক টেকন’লজিসমৃদ্ধ এই বাহন প্ৰদূষণমুক্ত হোৱাৰ লগতে থাকিব শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা৷ লগতে উপলব্ধ হ’ব CCTVৰ সেৱাও৷ ইয়াৰ সমান্তৰালকৈ যাত্ৰীৰ সুৰক্ষাৰ […]