নিউজ ডেস্ক: এইবাৰ প্ৰশিক্ষণ লৈ থকা শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল এজন এথলেটিকছ প্ৰশিক্ষক । প্ৰশিক্ষক গৰাকী হ’ল ৫৯ বছৰীয়া পি নাগৰাজন । যৌন নিৰ্যাতনৰ অভিযোগৰ তিনিমাহ পাছত এথলেটিকছ প্ৰশিক্ষক পি নাগৰাজনৰ বিৰুদ্ধে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰে। প্ৰশিক্ষণ গ্ৰহণ কৰি থকা শিক্ষাৰ্থী সকলক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হোৱা প্ৰশিক্ষক গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে […]