Posted inNews

বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ এজন বিএছএফৰ জালত

নিউজ ডেস্ক : বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ এজন বিএছএফৰ জালত। সীমা অতিক্ৰম কৰা অপৰাধ আৰু নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানত আন এক সফলতা লাভ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে। ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিষিদ্ধ য়াবা টেবলেটৰ সৈতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে বিএছএফে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বুধবাৰে নিশা বিএছএফ দল এটাই পশ্চিম বংগৰ […]