Posted inদেশ-বিদেশ

সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত তিনি চোৰাং গৰু সৰবৰাহকাৰী

নিউজ ডেস্ক : সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত তিনি চোৰাং গৰু সৰবৰাহকাৰী। বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা চলাওঁতে সীমান্ত সুৰক্ষা বাহিনীয়ে গৰু সৰবৰাহকাৰী তিনিজনক উদ্দেশ্যি গুলী চালনা কৰে। নিহত তিনি গৰু সৰবৰাহকাৰী তিনিজনৰ দুজন বাংলাদেশী নাগৰিক। ভৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহৰ। একাংশ চোৰাং গৰু সৰবৰাহকাৰীয়ে সীমান্তৰে বাংলাদেশলৈ গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে। নামনি অসমৰ ধুবুৰী […]