ধনশিৰি মহকুমাৰ চুঙাজানত পুনৰ অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ ধনশিৰি মহকুমাৰ চুঙাজানত পুনৰ অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ। দুদিনৰ ভিতৰতে দুখনকৈ ট্ৰাক জব্দ। জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ NL01 AD 8648 আৰু AD31 C0757 নম্বৰৰ বুলি জনিব পৰা গৈছে। লাচিত সেনা অসম সুৰক্ষা বাহিনীয়ে চুঙাজান আৰক্ষীক দুয়োখন গাড়ী চমজাই দিয়ে। দুদিনৰ পুৰ্বে অৰ্থাৎ সোমবাৰেও লাচিত […]