Posted inঅসম

মাৰ্ঘেৰিটাত চোৰাং কয়লাসহ ডাম্পাৰ জব্দ

মাৰ্ঘেৰিটাঃ ৰাজ্য়ত অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা। মাৰ্ঘেৰিটাৰ বৰগোলাইত আৰক্ষীয়ে জব্দ কৰে চোৰাং কয়লা ভৰ্তি এখন ডাম্পাৰ। ডাম্পাৰখনৰ নম্বৰ এ এছ ০৬ বি চি ৭৯৮৫। লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় অভিনাশ প্ৰধান আৰু পৱন সোনাৰ নামৰ দুজন চোৰাং কয়লা ব্য়ৱসায়ীক। জব্দকৃত চোৰাং কয়লা খিনি দুই কয়লা চোৰে সৰবৰাহ কৰিবলৈ সাজু কৰিছিল বুলি আৰক্ষীৰ […]