তিনিচুকীয়া : অসম বিধানসভাৰ শীতকালীন অধিৱেশনত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটাত অবৈধ কয়লা বন্ধ থকা বুলি দাবী কৰাৰ বিপৰীতে মাৰ্ঘেৰিটাত এতিয়াও পূৰ্ণগতিত চলি আছে কয়লাৰ অবৈধ সৰবৰাহ। উল্লেখ্য যে বিভাগীয় নিৰ্দেশ অনুসৰি ২০২০ চনৰ ৩ জুনৰ পৰা উত্তৰ-পূব কয়লা ক্ষেত্র বন্ধ হৈ আছে। কিন্তু দীৰ্ঘদিন ধৰি কয়লা খনন বন্ধ হৈ থকাৰ পাছটো মাৰ্ঘেৰিটাৰ পৰা […]