দেশত ভয়াবহ ৰূপে বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ সংক্ৰমণ, মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ পিছত ভাৰতৰ বিভিন্ন ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে। এই মহামাৰীৰ সৈতে যুঁজ দিবলৈ চৰকাৰ তথা দেশ বাসীয়ে বিভিন্ন পন্থা অবলম্বন কৰিছে। কৰনোৰ পৰা ৰক্ষা পাবলৈ তামিলনাডুত সজা হ’ল ‘কৰোনা দেৱী’ৰ এটা মন্দিৰ। ‘কৰোনা দেৱী’ক উৎসৰ্গিত মন্দিৰটো তামিলনাডুত স্থাপন কৰা হৈছে যাৰ উদ্দেশ্য […]