নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় টি.ভি চেনেল কালাৰ্চযোগে সম্প্ৰচাৰিত হ’বলগীয়া ‘নিমা ডেংজুনপা’ নামৰ ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জীয়ৰী সুৰভি দাসে। একেখন দেশৰ বাসিন্দা হৈয়ো উত্তৰ-পূবৰ লোকসকলে দেশখনৰ বিভিন্ন প্ৰান্তত সন্মুখীন হোৱা বৰ্ণ বৈষম্যক লৈ এই ধাৰাবাহিকখন নিৰ্মাণ কৰিছে। ধাৰাবাহিকখনৰ কাহিনীৰ মূল পটভূমি উত্তৰ-পূৰ্বাঞ্চলৰ ছিক্কিম। ছিক্কিমৰ পৰা নিমা ডেংজুনপা নামৰ যুৱতীগৰাকীয়ে মুম্বাইলৈ গৈ উত্তৰ-পূৰ্বাঞ্চলৰ […]