Posted inক্ৰীড়া

কমনৱেলথ গে’মছৰ ছেমি ফাইনেলত প্ৰৱেশ হিমা দাস

নিউজ ডেস্ক: বাৰ্মিংহামত চলি থকা কমনৱেলথ গে’মছত মহিলাৰ ২০০ মিটাৰ দৌৰৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ হিমা দাসে। আজি অনুষ্ঠিত ২০০ মিটাৰ দৌৰৰ প্ৰথম ৰাউণ্ডৰ হিটত প্ৰথম স্থান অধিকাৰ কৰা হিমাই ২৩.৪২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে। হিমাৰ পিছতে দ্বিতীয় স্থানত থকা জাম্বিয়াৰ প্ৰতিদ্বন্দী Rhoda Njobvuয়ে ২৩.৮৫ চেকেণ্ড আৰু উগাণ্ডাৰ Jacent Nyamhunge-এ ২৪.০৭ ছেকেণ্ডত দৌৰ সমাপ্ত […]