Posted inদেশ-বিদেশ

কভিড-১৯ত আক্ৰান্ত হৈ বলীউদৰ জনপ্ৰিয় সংগীত পৰিচালক শ্ৰাৱণ ৰাথোড়ৰ মৃত্যু

নিউজ ডেস্কঃ নব্বৈ দশকৰ বলীউদৰ জনপ্ৰিয় সংগীত পৰিচালক শ্ৰাৱণ ৰাথোড়ৰ দেহাৱসান। কৰোণাত আক্ৰান্ত হৈ বৃহস্পতিবাৰে নিশা মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয় সংগীত পৰিচালক গৰাকীৰ। বলীউদত নাদিম -শ্ৰাৱণ যুটীয়ে অসংখ্য জনপ্ৰিয় গীতৰ সংগীত পৰিচালনা কৰিছিল। কেইবাখনো চলচ্চিত্ৰৰ বহু হিট গান শ্ৰুোতা-দৰ্শকক উপহাৰ দিছিল এই জনপ্ৰিয় যুটীয়ে। কুম্ভমেলাৰ পৰাৰ উভতি অহাৰ পিছতেই সংগীত পৰিচালকজনৰ লগতে পত্নী আৰু […]