Posted inঅসম

উপ-নিৰ্বাচনকলৈ তৎপৰ অসম প্ৰদেশ কংগ্ৰেছ

তামুলপুৰঃ সমাগত উপ-নিৰ্বাচনকলৈ তৎপৰ হৈছে অসম প্ৰদেশ কংগ্ৰেছ সমিতি। বাক্সা জিলা কংগ্ৰেছ সমিতি আৰু নাগ্ৰিজুলি ব্লক কংগ্ৰেছ সমিতিৰ যৌথ উদ্যোগত তামুলপুৰ বিধান সভা সমষ্টিৰ চুকে -কোণে কেইবাখনো জনসম্পৰ্ক সভা অনুস্থিত কৰাৰ লগতে নৱ-নিযুক্ত সভাপতি ভূপেন বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে । একেদৰে গোৰেশ্বৰৰ বাঙালিপাৰাতো সভাপতি গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । […]