Posted inঅসম

চলিত সপ্তাহতে ঘোষণা কৰা হ’ব অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ নাম

গুৱাহাটী : চলিত সপ্তাহতৰ ভিতৰতে অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিয়োগ কৰাৰ সম্ভাৱনা আছে। দলটোৰ সাধাৰণ সম্পাদক অপুৰ্ব কুমাৰ ভট্টচাৰ্য্যই মঙলবাৰে সাংবাদিকৰ আগত এই কথা সদৰী কৰে। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ দলটোৰ শোচনীয় পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ৰিপুণ বৰাই অসম কংগ্ৰেছৰ সভাপতি আসনৰ পৰা পদত্যাগ কৰাৰ পিছত যোৱা দুমাহ ধৰি দলটোৰ সভাপতি আসনখন খালি হৈ […]