Posted inঅসম

চাৰি বছৰত অসমলৈ কেন্দ্ৰৰ মাত্ৰ ৪৪ কোটি বান সাহায্য; প্ৰদ্যুৎ বৰদলৈৰ পত্ৰত উন্মোচিত কেন্দ্ৰ চৰকাৰৰ অসমপ্ৰীতি

সংসদত দিয়া তথ্যমতেই বিগত চাৰি বছৰত ( ২০১৮-২০২২) কেন্দ্ৰীয় চৰকাৰে অসমক বান আদিৰ বাবে NDRFৰ শিতানত মাত্ৰ ৪৪.৩৭ কোটি টকাহে মুকলি কৰি দিছে।