Posted inNews

মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী: মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ প্ৰতিবাদ। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানমৰ্মে মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পেট্ৰ’ল আৰু ডিজেলৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা […]