Posted inৰাজনীতি

Congress President Election:নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে দিগ্বিজয় সিঙে

নিউজ ডেস্কঃ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন হ’ব আৰু ইয়াৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব নে নাই সেয়া আজি স্পষ্ট হ’ব। আজি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন। এতিয়ালৈকে দিগ্বিজয় সিং, শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খাৰ্গেৰ নাম এই পদৰ বাবে চৰ্চাত আছিল। কিন্তু মনোনয়ন দাখিলৰ পূৰ্বেই দিগ্বিজয় সি নিৰ্বাচনী যুঁজৰ পৰা বাহিৰ হৈ গৈছে। […]