গোৰেশ্বৰঃ ৰাজ্যত এতিয়াও হ্ৰাস হোৱা নাই কোভিডৰ সংক্ৰমণৰ হাৰ । একেদৰে বাক্সাৰ গোৰেশ্বৰতো অব্যাহত আছে কোভিডৰ সংক্ৰমণ। শেহতীয়াভাৱে গোৰেশ্বৰৰ মুকুন্দপুৰ কাড়িপাৰা গাঁৱত শিশুকে ধৰি ১৬ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। লগে লগে গোৰেশ্বৰৰ প্ৰশাসনে অঞ্চলটো কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে। সংক্ৰমণৰ হাৰ হ্ৰাস নোহোৱা পৰ্যন্ত অঞ্চলটোত কণ্টেইনমেন্ট জ’ন হিচাপে ৰখা হ’ব বুলি প্ৰসাশনে […]