জম্মু আৰু কাশ্মীৰ, লাডাখক ভাৰতৰ মানচিত্ৰৰ পৰা বাদ দিয়া হৈছে। আনকি চীনৰ দ্বাৰা অধিকৃত বহুতো ভাৰতীয় ভূখণ্ডও মানচিত্ৰত নাই। হোৱাটছএপে টুইটাৰ হেণ্ডেলত এনে ধৰণৰ বিকৃত মানচিত্ৰ পোষ্ট কৰিছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁ হোৱাটছএপৰ মূল কোম্পানী মেটাক এই ভুলটো শীঘ্ৰে সংশোধন কৰিবলৈ নিৰ্দেশ দিছে।দৰাচলতে, হোৱাটছএপে বিদায়ী বৰ্ষৰ […]