Posted inদেশ-বিদেশ

১২-১৪বছৰৰ কিশোৰ-কিশোৰীক কোভিড ভেকচিন

নিউজ ডেস্কঃ ১৬ মাৰ্চৰ পৰা ১২-১৪ বছৰ আৰু ১৩-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব কোভিড-১৯ ভেকচিন। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি হায়দৰাবাদস্থিত বায়’লজিকেল-ই দ্বাৰা নিৰ্মিত কৰ্বেভাক্স নামৰ কোভিড ভেকচিন প্ৰদান কৰা হ’ব কিশোৰ-কিশোৰীক। কৰ্বেভেক্স হৈছে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়া ভাৰতৰ প্ৰথম নিজস্ব ভাৱে বিকশিত ৰিচেপ্টৰ বাইণ্ডিং ডমেইন (আৰবিডি) প্ৰ’টিন চাব ইউনিট ভেকচিন। লগতে পঢ়কঃকানাডাত সংঘটিত […]