Posted inদেশ-বিদেশ

কোৰোনা ভাইৰাছ ভেকচিনক লৈ কি ক’লে ICMRএ, ভেকচিন লোৱা লোক কিয় হৈছে আক্ৰান্ত

কোৰোনাৰ দ্বিতীয় পৰ্যায়ৰ ঢৌৱে দেশত এতিয়া ঠায়ে ঠায়ে সংহাৰী ৰূপ ধাৰণ কৰিছে । দিনে দেশত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে । এনে সময়তেই ক’ভিডৰ প্রতিষেধক হিচাবে প্ৰস্তুত কৰা ভেকচিনক লৈও এচামৰ মনত সন্দেহ ভাব জাগিছে । কিন্তু বিশেষজ্ঞৰ মতে এই ভেকচিনেই বৰ্তমান সময়ত ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে অন্যতম কাৰক হিচাপে চিহ্নিত হৈছে ।কেন্দ্ৰীয় চৰকাৰে […]