নাহৰকটীয়াঃ সমগ্ৰ দেশৰ লগতে অসমতো কৰোণা ভাইৰাছৰ তীব্ৰ সংক্ৰমণৰ মাজতে নাহৰকটীয়াত ঘটিল ভয়ংকৰ কাণ্ড। নাহৰকটীয়াৰ সামূহিক চিকিৎসালয়ৰ পৰা পলাল ক’ভিড ৰোগী। ৰোগী জনৰ নাম জ্য়োতিষ বৰা। এই ঘটনাক লৈ এতিয়া তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৰাইজৰ মাজত।