Posted inঅসম

কৰোনা মহামাৰীৰ ত্ৰাসৰ মাজতে দুই আত্মসহায়ক গোটৰ স্বাৱলম্বীতাৰ নিৰ্দশন

গোলাঘাটঃ কৰোনা মহামাৰীয়ে ৰাজ্য তথা দেশৰ অৰ্থনীতি দুৰ্বল কৰি পেলাইছে । বহুলোক কৰ্মসংস্থাপনহীন হৈ পৰিছে ৷ তেনে সময়তে গোলাঘাটৰ দুটাকৈ আত্মসহায়ক গোট অংকিতা আত্মসহায়ক গোট আৰু বৈদেহী আত্মসহায়ক গোটে ঘৰতে পিঠা পনা,দৈ ,সান্দহ,কাঠফুলা,হালধী,পিঠাগুৰি,আদি প্ৰস্তুত কৰি এই মহামাৰীৰ সময়ত বিক্ৰী কৰি স্বাৱলম্বীতাৰ নিৰ্দশন দাঙি ধৰিছে। লগতে পঢ়কঃঅস্তিত্বৰ সংকটত বিশ্বনাথ জিলাৰ একমাত্ৰ বনাঞ্চল, তথাপি আশা ধৰি ৰাখিছে […]