Posted inNews

কৰোনা ভাইৰাছৰ নতুন প্ৰকাৰ আহিব পাৰে, অধিক মাৰাত্মক মহামাৰীৰ বাবে সাজু থাকক – WHO

নিউজ ডেস্কঃ বিশ্ব স্বাস্থ্য সংস্থাই কৰোনাৰ পিছত পৰৱৰ্তী মহামাৰীৰ বিষয়ে শেহতীয়া ভাৱে সতৰ্কবাণী জাৰি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ গভৰ্ণৰ-জেনেৰেল টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কয় যে, বিশ্বই পৰৱৰ্তী মহামাৰীৰ বাবে প্ৰস্তুত হ’ব লাগিব, যি কৰোনাতকৈ অধিক বিপদজনক হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই চুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য পৰিষদৰ ৭৬ তম বৈঠকত ইয়াৰ প্ৰতিবেদন উপস্থাপন কৰে। “কৰোনা এতিয়া […]