নিউজ ডেস্ক: কৰোনা ভাইৰাছৰ গৱেষণাৰ বাবে পশ্চিমবংগৰ এজন ব্যক্তিয়ে নিজৰ শৰীৰ দান কৰিছে। শুকুৰবাৰে কলিকতাৰ নিৰ্মল দাস নামৰ ক’ভিডত আক্ৰান্ত হোৱা কেন্সাৰ ৰোগী গৰাকীয়ে মৃত্যুৰ পূৰ্বে নিজৰ শৰীৰটো কৰোনা ভাইৰাছ সম্পৰ্কীয় গৱেষণাৰ বাবে দান কৰাৰ কথা ঘোষণা কৰে। এগৰাকী বিষয়াই জনোৱা মতে ৮৯ বছৰীয়া নিৰ্মল দাস কলিকতাৰ নিউ টাউন অঞ্চলৰ বাসিন্দা আছিল। কৰোনা ভাইৰাছৰ গৱেষণাৰ […]
Tag: Coronavirus
Posted inঅসম
তেজপুৰ বিশ্ববিদ্যালয়ত কৰোণা সংক্ৰমণ
Posted inদেশ-বিদেশ