Posted inঅসম

দুৰ্নীতি উৎখাত! বোকাখাতত আবকাৰী, তামুলপুৰত উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী গ্ৰেপ্তাৰ

দুৰ্নীতিৰ বিৰুদ্ধে বুলড’জাৰ চলিছে অসমত! প্ৰতিদিনেই চৰকাৰী কাৰ্যালয়ত হাতে-লোটে ধৰা পৰিছে বিভিন্ন চৰকাৰী কৰ্মচাৰী। উৎকোচ লোৱা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ অসহিষ্ণু নীতিয়ে প্ৰতিদিনে জালত পেলাইছে কৰ্মচাৰী।