গুৱাহাটীঃ নিশা কটন বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। বিশ্ববিদ্যালয়খনৰ দুটা হোষ্টেলৰ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। উদণ্ড ছাত্ৰই ভাঙি লণ্ডভণ্ড কৰিলে হোষ্টেলৰ বিভিন্ন সামগ্ৰী। হোষ্টেলৰ খাদ্যগৃহৰ লগতে ৰান্ধনীগৃহতো চলালে উপদ্ৰৱ। সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেল আৰু মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘটিত হয় এই সংঘৰ্ষ। এই ঘটনাত দুয়োখন হোষ্টেলৰে কেইবাগৰাকীয়ো ছাত্ৰ গুৰুতৰ ভাৱে আহত হয়। আহত […]