Posted inNews

অসম-ত্ৰিপুৰা সীমান্তত ৩৫ লাখ টকাৰ কফ চিৰাপ জব্দ, এজনক গ্ৰেপ্তাৰ

শিলচৰ: কৰিমগঞ্জ জিলাৰ অসম-ত্ৰিপুৰা সীমান্তত সোমবাৰে নিশা আৰক্ষীয়ে এখন বাহনৰ পৰা প্ৰায় ৩৫ লাখ টকাৰ কফ চিৰাপ জব্দ কৰাৰ লগতে বাহনখনৰ চালক গৰাকীক গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত তথ্য মতে সোমবাৰে নিশা প্ৰায় ৯ বজাত শিলচৰৰ পৰা প্ৰায় ১১০ কিঃমিঃ নিগলৰ চুৰাইবাৰীত আৰক্ষীয়ে এক নিয়মীয়া তালাচী চলাই থকা সময়ত গুৱাহাটীৰ পৰা আগৰতলা অভিমুখী AS-01 MC-0386 নম্বৰৰ এখন […]