নিউজ ডেস্কঃ ৰাজ্য চৰকাৰে অসমত ক’ভিড সংক্ৰান্তীয় সকলো নিৰ্দেশনা মঙলবাৰৰ পৰা প্ৰত্যাহাৰ কৰিছে। পূৰ্বে চৰকাৰে জাৰি কৰা ক’ভিড সংক্ৰান্তীয় সকলো নিৰ্দেশনা আজিৰে পৰা শিথিল কৰা হৈছে। পিছে সকলো নাগৰিকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হিচাপে ঘোষণা কৰিছে। ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি চলিব লাগিব। কোভিড ভেকচিনৰ দুয়োপালি গ্ৰহণ কৰা লোকেহে ৰাজহুৱা স্থানত মুকলিকৈ ভ্ৰমণ কৰিব পাৰিব। […]
Tag: Covid 19
Posted inঅসম