Posted inঅসম

মাৰ্ঘেৰিটাত ভেকচিন শিবিৰ পৰিদৰ্শন কৰিলে ৰামেশ্বৰ তেলী আৰু অতুল বৰাই

মাৰ্ঘেৰিটা : ৰাজ্যিক কেন্দ্ৰীয় খাদ্য সংশাধন মন্ত্ৰী ৰামেশ্বৰ তেলীসহ কৃষিমন্ত্ৰী অতুল বৰাই মাৰ্ঘেৰিটাত উপস্থিত হৈ মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ ক’ভিড ভেকচিন প্ৰদান শিৱিৰ পৰিদৰ্শন কৰে। ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মন্ত্ৰী অতুল বৰাই লগতে মাৰ্ঘেৰিটা তথা জিলাখনৰ ক’ভিড পৰিস্থিতিৰো বুজ লয়৷ সোমবাৰে টীকাকৰণত ৰাজ্যখনৰ ভিতৰতে তিনিচুকীয়া জিলাই সৰ্বাধিক লোকক টীকাকৰণ কৰিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰী […]