নিউজ ডেস্ক – সমগ্ৰ বিশ্বতে পুনৰ ক’ভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ মাজতে নৱবৰ্ষৰ প্ৰাকক্ষণত আহিছে বেয়া খবৰ। কিয়নো নৱবৰ্ষৰ আৰম্ভণিতে ক’ভিডৰ প্ৰকোপ বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে আৰু সেই অনুসৰি দেশবাসীলৈ সতৰ্ক বাৰ্তাও প্ৰেৰণ কৰা হৈছে। ভাৰতৰ বাবে আগন্তুক ৪০ দিন অত্যন্ত জটিল সময় হ’ব বুলি অনুমান কৰা হৈছে৷ নতুন বছৰৰ জানুৱাৰী […]