Posted inদেশ-বিদেশ

শ্বিলং যাবলৈ ওলাইছে নেকি,তেনেহলে জানি লওক নিয়ম সমূহ

দেশ জুৰি ক’ভিডৰ সংক্ৰমণ বৃদ্ধি আৰু অমিক্ৰণ ভয়াবহ ৰূপত বৃদ্ধি পোৱাৰ পিছতেই মেঘালয় চৰকাৰে নতুন এছ অ’ পি জাৰি কৰিছে। এতিয়াৰে পৰা যুগ্ম-অযুগ্ম নীতিৰে চলিব বাহন। সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে জনসমাগম। দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোৰোনা আৰু অমিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহন কৰিছে। ৫ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে […]