Posted inদেশ-বিদেশ

মেঘালয়ত সপ্তাহৰ বাবে লকডাউন

ক্ৰমান্বয়ে ক’ভিড পৰিস্থিতি জটিলৰ পিনে গতি কৰাৰ বাবে মেঘালয় চৰকাৰে ৫ মে’ৰ সন্ধিয়া ৮ বজাৰ পৰা ১০ মে’ ২০২১ তাৰিখৰ পুৱা ৫ বজালৈ পূব খাচী পাহাৰীয়া জিলাত সম্পূৰ্ণ লকডাউন কৰাৰ সিদ্ধান্ত লৈছে।আনহাতে, মেঘালয়ৰ সকলো জিলাতেই এতিয়াৰে পৰা সাপ্তাহিক লকডাউন জাৰি কৰা হ’ব। আজি এই কথা ঘোষণা কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। উল্লেখ্য যে বুধবাৰলৈকে মেঘালয়ত […]