Posted inদেশ-বিদেশ

ভাৰতত কোভিড-১৯ সাহাৰ্য্যৰ বাবে ১১০ কোটি টকা দান কৰিছে টুইটাৰে

নিউজ ডেস্কঃ কৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৱে ভাৰতত সংহাৰী ৰূপ ধাৰণ কৰিছে। এনে কঠিন পৰিস্থিতিত ভাৰতলৈ সহায়ৰ হাত আগবঢ়াইছে টুইটাৰে । মাইক্ৰ’ব্লগিং ছাইট টুইটাৰে ভাৰতত কোভিড-১৯ৰ সংকটৰ সময়ত ১৫ নিযুত আমেৰিকান ডলাৰ অৰ্থাত ভাৰতীয় মুদ্ৰাত প্ৰায় ১১০ কোটি টকা দান কৰিছে। টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া জেক পেট্ৰিক ড’ৰছে সোমবাৰে টুইট কৰি কয় যে এই সাহাৰ্য্য  তিনিটা […]