অসমত ক’ভিডত আক্ৰান্ত হোৱাৰ লোকৰ হাৰ বৃদ্ধি পাইছে। দেওবাৰে ৰাজ্যত ক’ভিড পজিটিভ লোকৰ হাৰ হ’ল ৫.৪৮ শতাংশ। যোৱা শনিবাৰে (২৪ এপ্ৰিলত) ৰাজ্যখনত পজিটিভ লোকৰ হাৰ আছিল ৩.২৪ শতাংশ। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম) অসমৰ তথ্য অনুসৰি দেওবাৰে অসমত ১,৮৪৪ গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাৰ হোৱাৰ বিপৰীতে ১৪ গৰাকী ক’ভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু হয়। […]
Tag: COVID-19 Vaccine
Posted inঅসম