Posted inদেশ-বিদেশ

বৰ্তমান নিয়ন্ত্ৰণলৈ আহিছে যদিও পুনৰ ঘূৰি অহাৰ সম্ভাৱনা আছে

নিউজ ডেস্ক : এপ্ৰিল মাহৰে পৰা দেশত তাণ্ডৱলীলা চলাই থকা ক’ভিডৰ দ্বিতীয়টো ঢৌ বৰ্তমান নিয়ন্ত্ৰণলৈ আহিছে। লাহে লাহে দেশত হ্ৰাস পাবলৈ ধৰিছে নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা। হ্ৰাস পাইছে কভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও। পিছে বৰ্তমান নিয়ন্ত্ৰণলৈ আহিছে যদিও ক’ভিড তৃতীয়টো ঢৌৰ ৰূপত পুনৰ ঘূৰি অহাৰ সম্ভাৱনা আছে। ভাৰতত অহা ৬ ৰ পৰা ৮ সপ্তাহৰ […]