নিউজ ডেস্কঃ স্বাধীনতা দিৱসৰ দিনটোত স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১৪,৯১৭জন লোক। ইয়াৰ পাছতে এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১৭৫০৮জন ৰোগী। ইফালে, বৰ্তমান সময়ত আৰোগ্যৰ হাৰ দেশত ৯৮.৫৪ শতাংশ। তাৰ বিপৰীতে পজিটিভিটী হাৰ ৪.৬৫ শতাংশলৈ বৃদ্ধি পাইছে। উল্লেখ্য যে, এতিয়ালৈকে ৩.৯৭ কোটিৰো অধিক […]