যোৰহাটঃ দেশৰ বিভিন্ন প্ৰান্তত কৰোণা মহামাৰীৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাব ধৰিছে। অসমতো কৰোণাৰ সংক্ৰমণে যাতে ভয়াবহ ৰূপে নলয় তাৰবাবে তৎপৰ হৈ পৰা দেখা গৈছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। লগতে পঢ়কঃদৰঙত কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা সভা চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিজন কৰ্মচাৰীয়ে মাক্স পৰিধান কৰাটো বাধ্যতামূলক ঘোষণা কৰিছে।অন্যহাতে ৰোগী, ৰোগীৰ আত্মীয় […]
Tag: Covid positive
Posted inঅসম