Posted inঅসম

জামুগুৰিহাটত কোভিড ভেকচিনেশ্বন চেন্টাৰ ,বেংকত নাই সামাজিক ব্যৱধান

জামুগুৰিহাটঃ কৰোনাৰ ভয়ংকৰ গণ সংক্ৰমণৰ ফলত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা শোণিতপুৰ জিলাক ৰে’ড ডিষ্ট্ৰিক হিচাপে চিহ্নিত কৰা হৈছে। পিছে এনে সময়তে জিলাখনৰ সীমামূৰীয়া অঞ্চল জামুগুৰিহাটত দেখিবলৈ পোৱা গৈছে ব্যাপক হাৰত উলংঘা হৈছে কোভিড বিধি। অঞ্চলটোৰ ৰাজহুৱা প্ৰতিষ্ঠান বেংকৰ লগতে কোভিড ভেকচিনেশ্বন চেন্টাৰত ৰাইজে উলংঘা কৰিছে কোভিড বিধি। আৰু পঢ়কঃদক্ষিণ শালমাৰা-মানকাচৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে ভেকচিনৰ […]