Posted inঅসম

তেজপুৰত বজাৰে- সমাৰে আকস্মিক ভাৱে কৰোণা পৰীক্ষাৰ অভিযান

তেজপুৰঃ কৰোণাৰ সংক্ৰমণ হ্ৰাস কৰাৰ বাবে শোণিতপুৰৰ স্বাস্থ্য বিভাগে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। বজাৰে সমাৰে আকস্মিক ভাৱে কৰোণা পৰীক্ষা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। চহৰখনৰ বিভিন্ন প্ৰান্তত পৰীক্ষা কৰিবলৈ অমান্তি হোৱা লোকক আৰক্ষীয়ে ধৰি ধৰি পৰীক্ষা কৰোৱাইছে । কোনো সাৰি যাব পৰা নাই স্বাস্থ্যকৰ্মীৰ এই অভিযানৰ পৰা। কোনো লোকে আতংকিত হৈ পলাই যাবলৈ চেষ্টা […]