Posted inদেশ-বিদেশ

তৈয়াৰ হ’ল ক’ভিডৰ প্ৰথমটো টেবলেট; বৃটেইনে জনালে অনুমোদন

নিউজ ডেস্ক : টেবলেটৰ জৰিয়তে সম্ভৱ হৈ উঠিব ক’ভিডৰ চিকিৎসা। ক’ভিডৰ চিকিৎসাৰ বাবে তৈয়াৰ কৰা প্ৰথমটো টেবলেটক বৃটেইনে মান্যতা প্ৰদান কৰিছে। বৃটেইন হৈছে উক্ত বিশেষ টেবলেটক স্বীকৃতি দিয়া বিশ্বৰ প্ৰথমখন দেশ। molnupiravir – নামৰ এই টেবলেটতো ক’ভিডত আক্ৰান্ত হোৱা লোকে দিনত দুবাৰকৈ গ্ৰহণ কৰিব লাগে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ Merck, Sharp and Dohme (MSD) আৰু Ridgeback Biotherapeutics […]