শেহতীয়াকৈ সমগ্ৰ ভাৰতত উল্লেখ কৰা ক’ভিড-১৯ ৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰাই দেশত স্বাস্থ্য আন্তঃগাঁথনি আৰু লজিষ্টিক, ঔষধ, টীকাকৰণ অভিযানৰ প্ৰস্তুতিৰ স্থিতি আৰু ক’ভিড-১৯ ৰ শেহতীয়া বৃদ্ধিৰ সঁহাৰি হিচাপে গুৰুত্বপূৰ্ণ প্ৰয়োজনীয় পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি দেশৰ ক’ভিড-১৯-ৰ পৰিস্থিতি মূল্যায়নৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে। বৈঠকখনত উপস্থিত আছিল […]