Posted inমুখ্যপৃষ্ঠা

আৰটিআইত প্ৰকাশ কোভিড ভেকচিনৰ ভয়ংকৰ তথ্য

নিউজ ডেস্কঃ কোৰোনাৰ পৰা সুৰক্ষা পাবলৈ চৰকাৰে প্ৰদান কৰা বিনামূলীয়া ভেকচিনৰ পৰা বিভিন্ন পাৰ্শ্বক্ৰিয়া হোৱা ভয়ংকৰ তথ্য আৰটিআইত প্ৰকাশ পাইছে। পুনেৰ ব্যৱসায়ী প্ৰফুল্ল চাৰ্দাৰৰ দ্বাৰা দাখিল কৰা এক আৰটিআইৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰৰ দুটা স্বাস্থ্য বিভাগৰ নিয়ামক সংস্থা ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) আৰু কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই (চিডিএছচিঅ’) এই কথা স্বীকাৰ কৰিছে।  কেন্দ্ৰীয় চৰকাৰে […]