Posted inঅসম

শোণিতপুৰত কোভিডত আক্ৰান্তৰ হৈ দুগৰাকী মহিলাৰ মৃত্যু

শোণিতপুৰঃ ৰাজ্য়ত দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ হাৰ। কোভিড-১৯ত আক্ৰান্ত হৈ বুধবাৰে জিলাখনৰ দুগৰাকী মহিলাৰ মৃত্যু হৈছে। মৃত মহিলা দুগৰাকী মিছামাৰীৰ সন্ধ্যা ৰাণী দেৱী(৭৫) আৰু ৰঙাপৰাৰ শান্তি বিশ্বকমা (৬০)। শোণিতপুৰত মঙলবাৰৰ দিনটোতে ২৭৫ জন লোক কোভিড১৯ত আক্ৰান্ত হৈছে। সুস্থ হৈ উঠিছে ৪৮ গৰাকী আৰু চিকিৎসাধীন হৈ আছে ১৭৮৯ গৰাকী লোক। মঙলবাৰৰ দিনটোত কৰোণাত আক্ৰান্ত […]