Posted inদেশ-বিদেশ

ভাৰতত প্ৰদান কৰা অধিকাংশ কোভিশ্বিল্ড ভেকচিনেই ভুৱা

নিউজ ডেস্কঃ যদি আপুনি কোভিড ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পাছত বিনা মাস্ক, সামাজিক দূৰত্ব অবিহনে ঘূৰি ফুৰিছে তেনেহ’লে এতিয়া সাৱধান হোৱা উচিত। কিয়নো ভাৰতত প্ৰদান কৰা অধিকাংশ কোভিশ্বিল্ড ভেকচিনেই আছিল ভুৱা। বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে তেওঁলোকে ভাৰত আৰু উগাণ্ডাত বহু পৰিমাণে ভুৱা কভিশ্বিল্ড ভেকছিন পাইছে। বিশ্ব স্বাস্থ্য সংস্থাই ভুৱা কভিশ্বিল্ড ভেকচিনৰ ওপৰত […]