Posted inদেশ-বিদেশ

কোৰোনা ভেকচিনৰ মূল্য হ্ৰাস কৰিলে

ভাৰত বায়’টেকেও কোৰোণা ভেকচিনৰ মূল্য কমাবলৈ সিদ্ধান্ত লৈছে । কিছুদিনৰ আগতে ৰাজ্যসমূহৰ বাবে ৬০০ টকা আৰু ব্যক্তিগত খন্ডৰ হস্পিতালৰ বাবে ১২০০ টকা মূল্য নিদ্ধাৰণ কৰিছিল কোভেক্সিনৰ মূল্য । আজি কোম্পানীটোৱে ৰাজ্য সমূহৰ বাবে নিদ্ধাৰন কৰা মূল্যৰ পৰিমান ৪০০ টকা প্ৰতিটো ড’জৰ বাবে নিদ্ধাৰন কৰিছে । ইয়াৰ পূৰ্বে ছীৰাম ইনষ্টিটিউটৰ কোভিশ্বিল্ডৰ মূল্য বুধবাৰে ৰাজ্য সমূহৰ বাবে […]