Posted inঅসম

গৰুৰ চোৰাং কাৰবাৰ তথা সৰবৰাহৰ ঘাটিত পৰিণত হৈছে বোকাখাত

বোকাখাত, উত্তম কুমাৰ শৰ্মা: গো সুৰক্ষাৰ নামত চৰকাৰে ৰাজ্যত বহু বিতৰ্কিত গো-সুৰক্ষা আইন বলৱৎ কৰিলে যদিও ৰাজ্যত এতিয়াও অবাধ গতিত চলি আছে গৰুৰ চোৰাং কাৰবাৰ। প্ৰায় প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চোৰাং গৰু উদ্ধাৰ কৰা বাতৰি প্ৰকাশ পাই আহিছে। এক শক্তিশালী সৰহবৰাহকাৰী চক্ৰই ৰাজ্যত চলাই আহিছে গৰুৰ এখন বৃহৎ চোৰাং বজাৰ। শেহতীয়াকৈ গৰুৰ চোৰাং কাৰবাৰ […]